New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/52faa472-75aa-47c9-97bb-5ccb37ed8300/KOLIABOR_27.jpg)
কলিয়াবৰত মৃতদেহ উদ্ধাৰ...
কলিয়াবৰত মৃতদেহ উদ্ধাৰ।
কলিয়াবৰৰ শিয়ালেখাইটি নৈত উদ্ধাৰ হৈছে মৃতদেহটো।
উদ্ধাৰ হোৱা মৃতদেহটো খোকণ বচাকৰ।
খোকণ বচাকৰ ঘৰ মিছাত।
যোৱা এমাহে নিৰুদ্দেশ হৈ আছিল খোকণ বচাক।
আৰক্ষীয়ে উদ্ধাৰ কৰিছে খোকণ বচাকৰ মৃতদেহ।
Also Read: AJYCP ৰ ৫ দিনীয়া শৈক্ষিক পৰিৱেশ বুজ লোৱা কাৰ্যসূচী আৰম্ভ...