/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-1.jpg)
কলিয়াবৰত মৃতদেহ উদ্ধাৰঃ হত্যাৰ সন্দেহ...
পুনৰ কলিয়াবকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
নিশা কলিয়াবৰৰ বামুণীত পথৰ কাষত উদ্ধাৰ মৃতদেহ।
মৃতদেহটো স্থানীয় মদন দাস নামৰ লোকজনৰ বুলি চিনাক্ত।
মদন দাস নামৰ লোকজনৰ মূৰত আঘাতৰ চিন স্পষ্ট।
দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ।
লোকজনক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মৃত ঘোষণা চিকিৎসকৰ।
ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীৰ তদন্ত আৰম্ভ।
Also Read: বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে টিংখাঙত দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...