বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে টিংখাঙত দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...

বিশ্বকৰ্মাৰ পূজাৰ আনন্দৰ মাজতে টিংখাঙত দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...

author-image
Asomiya Pratidin
New Update
নলবাৰীৰ হৰিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত...

বিশ্বকৰ্মাৰ পূজাৰ আনন্দৰ মাজতে টিংখাঙত দুৰ্ঘটনাঃ থিতাতে নিহত ২ জন...

ডিজিটেল ডেস্কঃসোমবাৰে ৰাজ্যজুৰি বিশ্বকৰ্মা পূজা আনন্দ উল্লাসৰ মাজেৰে আয়োজন চলাৰ পাছতে কেইবাটাও স্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তাৰ মাজতে টিংখাঙত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজনকৈ লোকৰ।

Advertisment

আনহাতে আহত হৈছে কেইবাজনো লোকৰ। উল্লেখ্য যে, ৰাজপথৰ মাজত এ এছ ০৬ এ জি ৩১৭৬ নম্বৰৰ ইক' বাহনখন কেইবাবাৰো বাগৰি পৰে।

ফলত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে বাহনখনত থকা আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

Also Read: দেশৰ সৰ্বত্ৰে সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ ব্যাপক আয়োজন...

টিংখাঙ পথ দুৰ্ঘটনা