/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/breaking-Plate.jpg)
ৰহাৰ শিলভেটাত কপিলী নদীত এটা মৃতদেহ উদ্ধাৰ হৈছে।
মৃতদেহটো ৰহাৰ দীঘলীআটিৰ ছফিকুল হকৰ বুলি জানিব পৰা হৈছে।
বুধবাৰে বিয়লি কপিলী নদী সাতুৰি পাৰ হ'বলৈ যাওঁতেই নদীত ডুবি সন্ধানহীন হৈ আছিল ব্যক্তিজন।
পিচত SDRF এ লোকজনক উদ্ধাৰৰ বাবে অভিযান চলাইছিল যদিও সফল হোৱা নাছিল।
বৃহস্পতিবাৰে SDRF এ পুনৰ অভিযান চলাই অৱশেষত ঘটনাস্থলীৰ পৰা কিছু নিলগত উদ্ধাৰ কৰে ছফিকুলৰ মৃতদেহ।
Also Read: বিশিষ্ট ক্রীড়া প্রশিক্ষক নিপন দাসলৈ ২০২৪ বৰ্ষৰ ইউনাইটেড বঁটা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us