পহিলা মাঘৰ দিনা বটদ্ৰৱা থানত ভকত বৈষ্ণৱৰ নাম কীৰ্তন

পহিলা মাঘৰ দিনা বটদ্ৰৱা থানত ভকত বৈষ্ণৱৰ নাম কীৰ্তন

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ অসমীয়া অতিকৈ আপোন তথা ভোগৰ মাহ মাঘ মাহৰ আজি পহিলা দিন। পৱিত্ৰ মাঘ মাহৰ পহিলা পুৱাই ভকত বৈষ্ণৱৰ আগমন ঘটিছে বটদ্ৰৱা থানলৈ।

গুৰুজনাৰ শ্ৰীচৰণত সেৱা আগবঢ়াই বছৰটো কুশল মংগল কামনাৰে সেৱা লৈছে ভকত বৈষ্ণৱে। পুৱাই বটদ্ৰৱা থানত ভকত বৈষ্ণৱৰ নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে।

ইয়াৰোপৰি আজিৰ এই পবিত্ৰ দিনটো অসমৰ বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰসমূহত ভিৰ কৰিছে ভক্তই।

পহিলা মাঘৰ দিনা বটদ্ৰৱা থানত ভকত বৈষ্ণৱৰ নাম কীৰ্তন
গোলাঘাটত ৰাইজৰ অভিযানত উৎখাত দেহ ব্যৱসায়ৰ ঘাটি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in