ধন লোৱাৰ অভিযোগঃ পুনৰ আটক চৰকাৰী কৰ্মচাৰী

পুনৰ ঘোচ লোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ঘোচ লৈ আটক চৰকাৰী কৰ্মচাৰী।

author-image
Asomiya Pratidin
New Update
ধন লোৱাৰ অভিযোগঃ পুনৰ আটক চৰকাৰী কৰ্মচাৰী

ডিজিটেল সংবাদ, নগাঁওঃ পুনৰ ঘোচ লোৱা চৰকাৰী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ঘোচ লৈ আটক চৰকাৰী কৰ্মচাৰী।

Advertisment

নগাঁৱৰ কঠিয়াতলীত বিন্নাকান্দি উন্নয়ন খণ্ডৰ BDO আটক ৷ দুৰ্নীতি নিবাৰক শাখাই কঠিয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰে বিষয়াগৰাকীক৷ কঠিয়াতলী জুতিলগা ধাৱাত বৰ্তমান সোধপোচ অব্যাহত ৰাখিছে খণ্ড উন্নয়ন বিষয়া গৰাকীক ৷

খণ্ড উন্নয়ন বিষয়া গৰাকী শেৱালী চক্ৰৱৰ্তী শৰ্মা বুলি জানিব পৰা গৈছে ৷ ধন লোৱা অভিযোগ খণ্ড উন্নয়ন বিষয়া গৰাকীৰ বিৰুদ্ধে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

Also Read: ৯ দিনৰ পিছতো সন্ধান নাই কিশোৰীৰ, জেইনুলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

Assam police