কন্দলী বৰকছাৰী গাঁৱত নগাঁও জিলা বাথৌ মহাসভা...

নগাঁও জিলাৰ কন্দলী বৰকছাৰী গাঁৱৰ বাথৌ থানশালিত নগাঁও জিলা বাথৌ মহাসভাৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশন খনি অনুষ্ঠিত হৈ যায় । পুৱা বাথৌ বেদীত বন্তি প্ৰজ্বলন, বন্দনা, পতাকা উত্তোলন আৰু মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হয় অনুষ্ঠানটিৰ ।
কন্দলী বৰকছাৰী গাঁৱত নগাঁও জিলা বাথৌ মহাসভা...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ কন্দলী বৰকছাৰী গাঁৱৰ বাথৌ থানশালিত নগাঁও জিলা বাথৌ মহাসভাৰ প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশন খনি অনুষ্ঠিত হৈ যায় । পুৱা বাথৌ বেদীত বন্তি প্ৰজ্বলন, বন্দনা, পতাকা উত্তোলন আৰু মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হয় অনুষ্ঠানটিৰ ।

এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনখনিৰ বিয়লি হোৱা মুকলি সভাৰে সামৰণি পৰে। মনেশ্বৰ বসুমতাৰী য়ে আত ধৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নীল কান্ত বাগলাৰী ।

তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাকলাৰী, চানচুলি বসুমতাৰী, অমৃত খাকলাৰীকে ধৰি বহু কেইজন লোক সভাত উপস্থিত থাকে ।

কন্দলী বৰকছাৰী গাঁৱত নগাঁও জিলা বাথৌ মহাসভা...
জাহাজৰ পৰা জব্দ ২৫,০০০ কোটি টকা মূল্যৰ ড্ৰাগছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in