বিত্তীয় খেলিমেলি! বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰা পদত্যাগ সত্ৰাধিকাৰ আৰু বিশিষ্ট শিল্পীৰ

বিত্তীয় খেলিমেলি! বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰা পদত্যাগ সত্ৰাধিকাৰ আৰু বিশিষ্ট শিল্পীৰ

author-image
Asomiya Pratidin
New Update
বিত্তীয় খেলিমেলি! বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰা পদত্যাগ সত্ৰাধিকাৰ আৰু বিশিষ্ট শিল্পীৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ পুনৰ বিতৰ্কত বটদ্ৰৱা থান পৰিচালনা সমিতি। এইবাৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য পদত্যাগ কৰিলে সত্ৰাধিকাৰ আৰু বিশিষ্ট শিল্পীয়ে।

Advertisment

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিত্তীয় খেলিমেলি, সংবিধান অৱমাননা, একাংশ সদস্যৰ স্বৈৰাচাৰী আচৰণ সহ্য কৰিব নোৱাৰি বৈষ্ণৱ পণ্ডিত তথা যোৰহাট সাউদ কুচি সত্ৰৰ সত্ৰাধিকাৰ প্ৰণৱ প্ৰাণ গোস্বামী আৰু বটদ্ৰৱাৰ বিশিষ্ট সত্ৰীয়া শিল্পী তথা শলগুৰি সত্ৰৰ ডেকা সত্ৰীয়া ৰঞ্জিত মহন্তই পদত্যাগ কৰে। পদত্যাগ কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ তুলে।

ঐতিহ্য প্ৰতি ভাবুকি, ৰাজহুৱা স্থানত সদস্যৰ অশোভনীয় আচৰন, বিত্তীয় খেলিমেলি প্ৰতি বিতুষ্ট হোৱাৰ দৰে বহু গুৰুত্বৰ অভিযোগ তুলিলে দুয়োগৰাকী বিশিষ্ট শিল্পীয়ে।

Also Read: টিভিত ২৪ ঘন্টা কেৱল মোডীক দেখুওৱা হয়, দেশৰ সমস্যাৰ বিষয়ে চৰ্চা নহয়ঃ ৰাহুল গান্ধী

Satradhikar batadrava than