কঠীয়াতলীত অৰুণাচলী সুৰা জব্দ

জব্দকৃত সুৰাখিনি অৰুণাচলৰ পৰা কঠীয়াতলী হৈ হোজাইলৈ সৰবৰাহৰ চেষ্টা কৰা বুলি সন্দেহ
কঠীয়াতলীত অৰুণাচলী সুৰা জব্দ

ডিজিটেল সংবাদ,কঠীয়াতলী : নগাঁও জিলাৰ কঠীয়াতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ অৰুণাচলী সুৰা জব্দ। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত কঠীয়াতলী আৰক্ষীয়ে চলোৱা অভিযানত ৯২৪ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰা হয়।

সুৰা সৰবৰাহত ব্যৱহৃত এ এছ ০১ কে চি ৬৬৪৫ নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালকজনকো আটক কৰে। জব্দকৃত সুৰাখিনি অৰুণাচলৰ পৰা কঠীয়াতলী হৈ হোজাইলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।

কঠীয়াতলীত অৰুণাচলী সুৰা জব্দ
ঐতিহ্য ধৰি ৰাখি গুৱাল গাঁৱবাসীয়ে উদযাপন কৰিলে চুঙা চাউল খোৱা পৰ্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in