সমাজকৰ্মী, অৱসৰী শিক্ষক অম্বুৰাম বৰাৰ মৃত্যুত শোক...

সমাজকৰ্মী, অৱসৰী শিক্ষক অম্বুৰাম বৰাৰ মৃত্যুত শোক...

author-image
Asomiya Pratidin
New Update
সমাজকৰ্মী, অৱসৰী শিক্ষক অম্বুৰাম বৰাৰ মৃত্যুত শোক...

সমাজকৰ্মী, অৱসৰী শিক্ষক অবম্বুৰাম বৰাৰ মৃত্যুত শোক...

ডিজিটেল সংবাদ নগাওঁঃ নগাঁৱৰ মাজপোটনী গাঁৱৰ অৱসৰী শিক্ষক তথা সমাজকৰ্মী অম্বুৰাম বৰাই আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। অঞ্চলটোৰ এগৰাকী সৰবৰহী ব্যক্তি হিচাপে সকলোৰে মাজত পৰিচিত বৰাই হৃদৰোগত আক্ৰান্ত হৈ সন্ধিয়া ৫-৩৯ বজাত মৃত্যুক আকোৱালি লয়।

Advertisment

অঞ্চলটোৰ বিভিন্ন সামজাকি, সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত বৰাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। তেখেতে শিক্ষকতা কৰি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ব্যক্তিগত ভাৱে বহু অৱদান আগবঢ়াইছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, জীয়ৰী, বোৱাৰী আৰু নাতি-নাতিনীক এই সংসাৰত এৰি থৈ গৈছে।

Also Read: ৰাৱণ দাহনৰ বাবে ৩০ ফুট উচ্চতাৰ প্ৰতিকৃতি নিৰ্মাণত ব্যস্ত শিল্পী বীৰেন নাথ...

সমাজকৰ্মী