/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a9a76ce6-740f-4234-9190-9a573afb2801/4.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ শনিবাৰে নগাঁও জিলাৰ কচুৱাৰ শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়ত নগাঁৱৰ সাংসদ পুঁজিৰ ২০২২-২৩ বৰ্ষৰ সাংসদ পুঁজিৰে এক এম্বুলেঞ্চ সেৱা মুকলি কৰে।এক গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানৰ মাজৰে ফিটাকাটি শুভ উদ্বোধন কৰে সমাজকৰ্মী তথা শিঙিমাৰী মণ্ডল কংগ্ৰেছৰ সভাপতি শ্যাম বৰুৱাই।
শ্যাম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাখনত অঞ্চলটোৰ বহুকেইজন জেষ্ঠ্য ব্যক্তিৰ লগতে কঠীয়াতলী ব্লক কংগ্ৰেছৰ সম্পাদক দুলাল দেৱনাথ ;ইয়ং বিগ্ৰেডৰ সভাপতি ফইজুৰ ৰহমান ;অৰবিন্দ দাসৰ লগতে শিঙিমাৰী আৰু ৰজাগাঁৱৰ স্থানীয় ৰাইজো উপস্থিত থাকে।
Also Read: তামুলপুৰত আশা কৰ্মীৰ অভিৱৰ্তন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us