ভূমি কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট..

ভূমি কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট..

author-image
Asomiya Pratidin
New Update
জালিয়াতিৰে বেংকৰ ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱঞ্চক

ভূমি কেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিট..

ডিজিটেল ডেস্কঃ ভূমি কেন্দ্ৰিক সংঘাতে ল'লে ভয়ংকৰ ৰূপ। দুই ফৈদৰ আক্ৰমণ, প্ৰত্যাক্ৰমণত আহত প্ৰায় ৬ গৰাকী লোক।

Advertisment

এই ঘটনা সংঘটিত হৈছে মৈৰাবাৰীত। মৈৰাবাৰীৰ লেংৰিবৰীত আজি ভূমিকেন্দ্ৰিক সংঘাতে ল'লে চূড়ান্ত ৰূপ। দুই ফৈদৰ মাজত সৃষ্টি হয় মাৰপিটৰ ঘটনা।

এই ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে ৬ জনকৈ লোক। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে নগাওঁ অসামৰিক চিকিৎসালয়ত। জানিব পৰা মতে আব্দুল হামিদ আৰু হবিবুৰ ৰহমানৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই সংঘাত।

ক্লিক কৰি পঢ়কঃ চোৰৰ বিৰুদ্ধে অভিযানঃ মহতিয়াই নিলে কেইবাখনো বাহন, ব্যৱসায়ীক প্ৰতিষ্ঠান...

মৈৰাবাৰী