
গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে চি বি আইৰ সফল অভিযান।
গঁড়ৰ চোৰাং চিকাৰৰ গোচৰত পলাতক অভিযুক্তক চি বি আইৰ গ্ৰেপ্তাৰ।
মুঠ ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে চি বি আইয়ে।
চি বি আইয়ে অভিযান চলাই ডিমাপুৰৰ লোমিথি গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰি অভিযুক্ত কেইটাক।
উল্লেখ্য যে অসম চৰকাৰৰ অনুৰোধত চি বি আইয়ে চলাইছিল এই অভিযান।
ধৃত অভিযুক্তক হাজিৰ কৰোৱা হ'ব ডিমাপুৰৰ আদালতত।