নগাঁৱৰ কচুৱাত ৮০ বেগ চোৰাং সাৰ জব্দ...

নগাঁৱৰ কচুৱাত ৮০ বেগ চোৰাং সাৰ জব্দ কৰে আৰক্ষীয়ে। কচুৱা তিনিআলিত আৰক্ষীয়ে জব্দ কৰে সাৰখিনি

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কচুৱাত ৮০ বেগ চোৰাং সাৰ জব্দ...

nagaon fertilizer

ডিজিটেল ডেস্ক : নগাঁৱৰ কচুৱাত ৮০ বেগ চোৰাং সাৰ জব্দ কৰে আৰক্ষীয়ে। কচুৱা তিনিআলিত আৰক্ষীয়ে জব্দ কৰে সাৰখিনি। কাৰ্বি আংলং অভিমুখে যোৱা এখন ট্রাকৰ পৰা জব্দ কৰে সাৰখিনি।

Advertisment

উল্লেখ্য যে ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫০ বেগ ইউৰিয়া আৰু ৩০ বেগ ডিএপি সাৰ। ঘটনা সন্দৰ্ভত ট্রাকখনৰ চালক মোজামিৰ হুছেইনক আটক কৰিছে আৰক্ষীয়ে।ট্রাকখনৰ নং- AS02 BC 9825।

আৰু পঢ়ক : ইঞ্জিনিয়াৰ দিৱস; প্ৰতি গৰাকী অভিযন্তালৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা...

nagaon police nagaon assam