সোনাৰিত সংঘটিত হয় নৃশংস হত্যাকাণ্ড

সোনাৰিত সংঘটিত হয় নৃশংস হত্যাকাণ্ড
  • সোনাৰিত সংঘটিত হয় নৃশংস হত্যাকাণ্ড ।

  • সোনাৰিৰ টীয়ক ৰজাবাৰীত দাৰে ঘপিয়াই হত্যা কৰে এগৰাকী মহিলাক।

  • সামান্য কথাতে সূত্ৰপাত হোৱা কাজিয়াতে ৰেখা গোৱালা নামৰ মহিলা গৰাকীক দাৰে ঘপিয়াই হত্যা কৰে চাজন বনীক দেৱ নামৰ যুৱকজনে।

  • হত্যাকাণ্ড সংঘটিত কৰা চাজন বনীক দেৱ নামৰ যুৱকজনে থানাত আত্মসমৰ্পণ কৰে ।

  • ৰ্তমান সোনাৰি আৰক্ষী থানাত হত্যাৰ অভিযুক্ত চাজন বনীক দেৱ নামৰ যুৱকজনক আৰক্ষীয়ে জেৰা চলাইছে।

সোনাৰিত সংঘটিত হয় নৃশংস হত্যাকাণ্ড
লোকেলোকাৰণ্য ঐতিহ্যমণ্ডিত চম্পাৱতী জলপ্ৰপাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in