New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
দুলীয়াজানত ভয়ংকৰ ঘটনা।
ৰাজপথতে দাউ দাউকৈ জ্বলিল চলন্ত বাহন।
কথমপি প্রাণ ৰক্ষা বাহনখনত থকা দুজন আৰোহীৰ।
স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ দুয়োজন।
বাহনখনৰ গৰাকীৰ নাম দুলু প্রসাদ দাস।
অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন।
Also Read: নাহিলে ভোটাৰ, কেনেকৈ ৪০০পাৰ ?