/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4adfc43f-1122-484f-97c5-2c788c3c1768/6.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ ফলঙণিৰ মাতৃ-পুত্ৰৰ কৰুণ জীৱন সংগ্ৰাম। বঞ্চিত চৰকাৰী সুবিধাৰ পৰাও। এই কৰুণ দৃশ্য গোলাঘাট জিলাৰ মৰঙি মৌজাৰ ফলঙনীৰ। উৱলি যাব ধৰা এটি বাসগৃহত জীৱনৰ সৈতে সংগ্ৰাম কৰিছে মাতৃ-পুত্ৰই।
যি সময়ত চৰকাৰে উন্নয়নৰ কথা কয় সেই সময়ত উৱলি যাব ধৰা বাসগৃহটো আৰু মাতৃ-পুত্ৰৰ জীৱন সংগ্ৰামৰ দৃশ্যই উদঙাইছে উন্নয়ণৰ ফোপোলা স্বৰূপ। চৰকাৰী আঁচনিসমূহে এতিয়াও ঢুকি পোৱা নাই এই মাতৃ পুত্ৰক।
কিন্তু কিয় বৰ্তমানলৈকে এই মাতৃ পুত্ৰক ঢুকি পোৱা নাই চৰকাৰী আঁচনি সমূহে সেইয়া এক ডাঙৰ প্ৰশ্ন। যাৰ বাবে এটি উৱলি যোৱা বাসগৃহত জীৱন লগত সংগ্ৰামৰ কৰিবলগীয়া হৈছে ।
Also Read: শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ঔ-অনা প্ৰাথমিক শাখাৰ প্ৰাক্তন সম্পাদক প্ৰয়াত হৰকান্ত বৰাৰ স্মৃতিচাৰণ সভা