দেগাৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে টকাৰ বেগ...

দেগাৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে টকাৰ বেগ...

author-image
Asomiya Pratidin
New Update
মোৰাঝাৰত ডকাইতি কাণ্ডঃ অস্ত্ৰধাৰী ডকাইতে লুটিলে প্ৰায় দুই লাখ টকা…

দেগাৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে টকাৰ বেগ...

  • নিশা মৰিগাওঁক সংঘটিক হ'ল এক চাঞ্চল্যকৰ ডকাইকি কাণ্ড।

  • এখন ব্যৱসায়ী প্রতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পৰা কাঢ়ি নিলে বেগ।

  • বাইকত অহা ৩ জনীয়া ডকাইতৰ দলে দেগাৰ দেখুৱাই লুটিলে টকাৰ বেগটো।

  • ব্যৱসায়ী কিশোৰ জৈনে প্রতিষ্ঠান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত এই ডকাইতি কাণ্ড।

  • বেগটোত আছিল প্রায় ৬০ হাজাৰ টকা আৰু ২টা মোবাইল ফোন।

  • বেগটোত আছিল হিচাপৰ বহীও।

Advertisment

Also Read: বিধায়ক নৱ দলেৰ তথাকথিত উন্নয়নৰ নগ্ন স্বৰূপঃ ৰাইজে নিৰ্মান কৰিলে দলং...

অপৰাধ ডকাইতি কাণ্ড