/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
ডিজিটেল ডেস্কঃ মৰিগাঁৱত পুনৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল নিৰীহ ব্যক্তিৰ। সোমবাৰে মৰিগাঁৱত ৰাজপথেৰে গৈ থকা অৱস্থাত তীব্ৰবেগী অচিনাক্ত বাইকে খুন্দিয়াই থৈ যায় এগৰাকী ৭০ ঊৰ্ধ্বৰ ব্যক্তিক।
এই দুৰ্ঘটনাৰ পাছতে ততাতৈয়াকৈ লোকজনক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়ত ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। মৃত লোকজন চাটনগুৰিৰ তপধন দাস বুলি চিনাক্ত কৰা হৈছে।
Also Read: APSC কেলেংকাৰীঃ পুনৰ ৩ ৰাজপত্ৰিত বিষয়াক চি আই ডিত হাজিৰ হোৱাৰ নিৰ্দেশ...