জাগীৰোডৰ নেলীত শোকাৱহ পথ দুৰ্ঘটনা

জাগীৰোডৰ নেলীত শোকাৱহ পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
জাগীৰোডৰ নেলীত শোকাৱহ পথ দুৰ্ঘটনা

  • জাগীৰোডৰ নেলীত শোকাৱহ পথ দুৰ্ঘটনা

Advertisment
  • দুৰ্ঘটনাত থিতাতে নিহত আনন্দ স্বৰূপ (৫৫)

  • মালিগাঁও ৰেল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আছিল আনন্দ

  • নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত

  • AS 01KC 9253 নম্বৰৰ ইন’ভা গাড়ীৰে ডিমাপুৰলৈ যোৱাৰ পথত দুৰ্ঘটনা

  • ইনোভা গাড়ীৰ চকা খুলি ৰৈ থকা ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুর্ঘটনাটো

  • ট্ৰাকখনৰ নম্বৰ AS-01-PC-1354 ।

Also Read: ঢকুৱাখনা পৌৰসভাত দুই চৰকাৰী সদস্যক নিযুক্তি প্ৰদান

jagiroad Assam police