চাৰিচকীয়া বাহনত খুন্দা তীব্রবেগী মটৰ চাইকেলৰ

ROAD ACCIDENT
ROAD ACCIDENT
  • মৰিগাঁৱৰ কুমৈত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • চাৰিচকীয়া বাহনত খুন্দা তীব্রবেগী মটৰ চাইকেলৰ।

  • দেওবাৰে দিনৰ ভাগত সংঘটিত পথ দুৰ্ঘটনাটো।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই মটৰ চাইকেল আৰোহী।

  • আহত এজনৰ নাম নিতুল নাথ।

  • আনজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা নাই।

  • সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীলৈ প্রেৰণ।

ROAD ACCIDENT
'ফ্ৰী পেলেষ্টাইন' লিখা টি-চাৰ্ট পিন্ধি খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, সাৱটি ধৰিলে কোহলিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in