/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/ROAD-ACCIDENT-2.jpg)
ROAD ACCIDENT
মৰিগাঁৱৰ কুমৈত ভয়ংকৰ পথ দুৰ্ঘটনা।
চাৰিচকীয়া বাহনত খুন্দা তীব্রবেগী মটৰ চাইকেলৰ।
দেওবাৰে দিনৰ ভাগত সংঘটিত পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই মটৰ চাইকেল আৰোহী।
আহত এজনৰ নাম নিতুল নাথ।
আনজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা নাই।
সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটীলৈ প্রেৰণ।
Also Read: 'ফ্ৰী পেলেষ্টাইন' লিখা টি-চাৰ্ট পিন্ধি খেলপথাৰত প্ৰৱেশ অনুৰাগীৰ, সাৱটি ধৰিলে কোহলিক