/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1e210f28-a509-458c-885c-84c9eed76d01/morigaon_4.jpg)
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাওঁ আৰক্ষীৰ অভিযানঃ দুজনক আটক..
চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান
অভিযানত দুই অপৰাধীক আটক আৰক্ষীৰ।
আৰক্ষীয়ে আটক কৰিলে তিতাতলাৰ বাবুল ইছলাম, কছাৰীবড়ীৰ ৰুবুল উদ্দিনক।
বোৱালগুৰিৰ পৰা আটক কৰিছে দুয়োকে।
দুয়োৰে পৰা জব্দ কৰা হৈছে ১৬৭খন ছীম কাৰ্ড ।
জব্দ কৰা হৈছে ৬খন ATM কাৰ্ড আৰু ৪খন পাছবুক।
জব্দ কৰা হৈছে ৩খন আধাৰ কাৰ্ড আৰু ৪খন ভোটাৰ কাৰ্ড।
Also Read: নিশা কৰিমগঞ্জত ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মহিলাৰ...