/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/17d2680e-309a-4682-ab5a-b124dbfc5d88/jjjhh.jpg)
মৰিগাঁও ময়নগুড়িত ভয়ংকৰ ঘটনা।
দাৰে ঘপিঁয়াই শিৰচ্ছেদ কৰিলে ভূমিক কোঁৱৰ নামৰ এজন ব্যক্তিক।
এই কাণ্ড সংঘটিত কৰে ৰূপম লস্কৰ নামৰ ব্যক্তিজনে।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
ভূমিক কোঁৱৰ সম্বন্ধত ৰূপমপ ভাগিনিয়েক বুলি জানিব পৰা গৈছে।
মাটি বাৰী সংক্ৰান্তীয় বিবাদৰ বাবে সংঘটিত এই কাণ্ড।
শিৰচ্ছেদ কৰি দা লৈ তাণ্ডৱ ৰূপম লস্কৰৰ।
বৰ্তমান আৰক্ষীয়ে আটক হত্যাকাৰীজনক।
Also Read: মহানগৰীত চাঞ্চল্য! ৰহস্যজনক অৱস্থাত নিৰাপত্তা ৰক্ষীৰ মৃতদেহ উদ্ধাৰ