অৱশেষত নিলম্বিত হ'ল লাবুমণি আমচং

অৱশেষত নিলম্বিত হ'ল লাবুমণি আমচং
  • অৱশেষত নিলম্বিত হ'ল ডিজিটেল ক্ৰিয়েটৰ তথা ইউটিউবাৰ লাবুমণি আমচং।

  • অনলাইন জুৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ অভিযোগত নিলম্বন লাবুমণিক।

  • মৰিগাঁও জিলা শিক্ষা বিভাগে নিলম্বিত কৰে লাবুমণি আমচঙক।

  • শিক্ষকতাৰ দৰে বৃত্তিৰে জৰিত হৈ প্ৰচাৰ কৰিছিল অনলাইন জুৱাৰ।

  • সামাজিক মাধ্যমত অনলাইন জুৱাৰ বিজ্ঞাপন দি বিপদত পৰিছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকী।

  • শুকুৰবাৰে তেওঁলৈ জাৰি কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী।

  • শনিবাৰৰ সন্ধিয়া ৫.০০বজাৰ ভিতৰত দিবলৈ কোৱা হৈছিল এই জাননীৰ উত্তৰ।

অৱশেষত নিলম্বিত হ'ল লাবুমণি আমচং
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতি দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in