গোনা ম’হৰ আক্রমণত গুৰুতৰভাৱে শ্ৰমিক আহত

গোনা ম’হৰ আক্রমণত গুৰুতৰভাৱে শ্ৰমিক আহত

ডিজিটেল ডেস্ক : পবিতৰাত গোনা ম’হৰ আক্রমণত এজন লোক গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত লোকজন RNB নামৰ ইটাভাটাটোৰ শ্রমিক কালীচৰণ দাস বুলি জানিব পৰা গৈছে।

ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা দাসক সংকটজনক অৱস্থাত উন্নত চিকিৎ‍সাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে। উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়াৰ ভাগত ৪টা বনৰীয়া ম’হ জনাঞ্চললৈ ওলাই আহিছিল। জনাঞ্চললৈ বুলি ওলাই অহা ম'হজাকটোৰ এটা ম'হে দাসক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে।

গোনা ম’হৰ আক্রমণত গুৰুতৰভাৱে শ্ৰমিক আহত
চোকা অস্ত্ৰৰে টেম্প' চালকক ঘপিয়াই হত্যা : এজনক আটক

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in