/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ, মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ আশীঘৰত মঙলবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰ ঘৰ- বাৰী,সা-সম্পত্তি জাহ যায়।
গাঁৱখনৰ ৰোহিত মিঞা নামৰ লোকজনৰ ঘৰত জুই লগা বুলি জানিব পৰা গৈছে। জুইৰ লেলিহান শিখাই নিমিষতে সকলো সা-সম্পত্তি,নথি-পত্ৰ চাৰখাৰ কৰে। বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।
Also Read: নাবাৰ্ডৰ অৰ্থ সাহাৰ্যত পকী পথলৈ উন্নীত ব্ৰহ্মপুত্ৰৰ মথাউৰি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us