বালিমুখ বজাৰত অগ্নিকাণ্ড : কেইবাখনো দোকান ভষ্মীভূত

বালিমুখ বজাৰত অগ্নিকাণ্ড : কেইবাখনো দোকান ভষ্মীভূত
  • মায়ঙৰ বালিমুখ বজাৰত ভয়ানক অগ্নিকাণ্ড।

  • অগ্নিকাণ্ডত ভষ্মীভূত কেইবাখনো দোকান।

  • ১০ টা চিলিণ্ডাৰ বিস্ফোৰণ।

  • বজাৰখনৰ ওচৰতে থকা পেট্ৰ'ল আৰু ডিজেলৰ দোকানৰ কাষতে লাগে জুই।

  • পেট্ৰ'ল-ডিজেলৰ ড্ৰাম বিস্ফোৰণ।

  • জুইৰ লেলিহান শিখাই আগুৰি ধৰে বজাৰখন।

  • ঘটনাস্থলীত উপস্থিত সহস্ৰাধিক ৰাইজ।

  • অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপন।

  • বৰ্তমান জুই নিৰ্বাপন হৈছে।

বালিমুখ বজাৰত অগ্নিকাণ্ড : কেইবাখনো দোকান ভষ্মীভূত
বিলাসীপাৰাত সুলভ হৈ পৰিছে কেলচিয়াম কাৰ্বাইডযুক্ত ফল-মূল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in