New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
জাগীৰোডত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ মৃতদেহ...
জাগীৰোডত উদ্ধাৰ হৈছে এটা মৃতদেহ।
জাগীৰোডৰ সিন্ধিশৰত উদ্ধাৰ হোৱা মৃতদেহটো অৰ্ধগলিত অৱস্থাত পোৱা গৈছে।
পথৰ কাষৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
মৃত লোকজনক কমলা ৰাভা বুলি চিনাক্ত।
তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল কমলা ৰাভা।