/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/thief-16.jpg)
মহানগৰীত ভুৱা এটিএমেৰে সৰকালে ৮০ হাজাৰ টকা...
গুৱাহাটী মহানগৰীত পুনৰ চোৰৰ সন্ত্ৰাস।
মহানগৰীৰ বেলতলাত এ টি এম চোৰৰ সন্ত্রাস।
ভুৱা এটিএমেৰে দুই প্রৱঞ্চকে সৰকালে ধন।
টুপি পৰিহিত দুই দুৰ্বৃত্তই লুটিলে ৮০ হাজাৰ টকা।
দ্বীপুল কুমাৰ ডেকা নামৰ এজন লোকৰ পৰা সৰকালে এই ধনখিনি।
ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।
Also Read: চাহ জনগোষ্ঠীক জনজাতিকৰণ, ভূমিপট্টা, প্ৰস্তাৱিত মজুৰি প্ৰদানৰ দাবীত শ্ৰমমন্ত্ৰীৰ গৃহ বাগিচাত প্ৰতিবাদ