New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3a1cabdd-fc41-4fd3-8e58-ebf29597ffa4/agranii.jpg)
চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ দুই বিষয়াক প্ৰহাৰ...
যোৰাবাটত জব্দ অবৈধভাৱে গৰু সৰবৰাহৰ বাহন।
অবৈধ গৰুভৰ্তি বাহনৰ পৰা উদ্ধাৰ ২০টাকৈ গৰু।
আটক ৰূপহীৰ হাফিজুৰ ৰহমান নামৰ সৰবৰাহকাৰীজন।
নগাঁৱৰ পৰা বৰ্ণিহাটলৈ সৰবৰাহ কৰিছিল গৰুকেইটা।
Also Read: অমানবীয় : খাদ্যৰ বাবেই কাজিয়া কৰি মাতৃক জ্বলাই দিলে নিজ পুত্ৰই