ৰাজ্যত এতিয়াও অব্যাহত আছে গৰু চোৰৰ উপদ্ৰপ

ৰাজ্যত এতিয়াও অব্যাহত আছে গৰু চোৰৰ উপদ্ৰপ
  • জাগীৰোডৰ শিলচাঙত উত্তেজনা ।

  • শিলচাঙৰ ৰাষ্ট্ৰীয় ঘাই পথত ৰাইজে জ্বলালে এখন বিলাসী বাহন।

  • অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ সন্দেহত ৰাইজে অগ্নি সংযোগ কৰে বাহনখনত।

  • সম্পূৰ্ণৰূপে ভস্মীভূত বলেৰ' বাহনখনৰ নম্বৰ AS21-AC-1668 ।

  • বাহনখনত আছিল ২০ টাকৈ চোৰাং গৰু ।

  • এই ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ ।

  • চোৰাং গৰুৰ এই বেহাত নেলী আৰক্ষী জড়িত থকাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ।

ৰাজ্যত এতিয়াও অব্যাহত আছে গৰু চোৰৰ উপদ্ৰপ
বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in