/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
জাগীৰোডৰ শিলচাঙত উত্তেজনা ।
শিলচাঙৰ ৰাষ্ট্ৰীয় ঘাই পথত ৰাইজে জ্বলালে এখন বিলাসী বাহন।
অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ সন্দেহত ৰাইজে অগ্নি সংযোগ কৰে বাহনখনত।
সম্পূৰ্ণৰূপে ভস্মীভূত বলেৰ' বাহনখনৰ নম্বৰ AS21-AC-1668 ।
বাহনখনত আছিল ২০ টাকৈ চোৰাং গৰু ।
এই ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু দণ্ডাধীশ ।
চোৰাং গৰুৰ এই বেহাত নেলী আৰক্ষী জড়িত থকাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ।
Also Read: বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক