মায়ঙৰ কুৰানীবৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন...

মায়ঙৰ কুৰানীবৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন...

author-image
Asomiya Pratidin
New Update
মায়ঙৰ কুৰানীবৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন...

মায়ঙৰ কুৰানীবৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী সন্ধানহীন...

  • মায়ঙৰ কুৰানীবৰী এগৰাকী ছাত্ৰী সন্ধানহীন হোৱাক লৈ চাঞ্চল্য।

  • সন্ধানহীন ছাত্ৰীগৰাকীৰ নাম মজিদা খাতুন।

  • মজিদা খাতুন কুৰানীবৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী।

  • যোৱা ২৬ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈছে ছাত্ৰীগৰাকী।

  • ১৬ বছৰীয়া ছাত্ৰী গৰাকীৰ এই পৰ্যন্ত নাই কোনো শুংসূত্ৰ।

  • ঘৰৰ পৰা বিদ্যালয়লৈ যোৱাৰ পাছৰ পৰাই সন্ধানহীন মজিদা।

  • পৰিয়ালৰ ফালৰ পৰা এই সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ।

Advertisment

Also Read: 'চেতিয়া-ৰাজখোৱা মানে আলফা নহয়'- বিবৃতি প্ৰদানেৰে শান্তি চুক্তিৰ বিৰোধিতা আলফাৰ কেডাৰৰ

মায়ং