New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/b3bf532d-2710-482b-87f6-da64d5f5025c.jpg)
-
মৰিগাঁৱৰ বাচনাঘাটৰ ফৰেষ্ট গেটত পথ দুৰ্ঘটনা।
-
নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিত খুন্দা তীব্রবেগী মটৰচাইকেলৰ।
-
দুৰ্ঘটনাত নিহত মটৰচাইকেল আৰোহী।
-
মৃত লোকজন চৰীফ উদ্দিন বুলি জানিব পৰা গৈছে।
Also Read: পূজা মণ্ডপতে মানুহৰ গচকত শিশুসহ ২গৰাকী মহিলাৰ মৃত্যু