/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f8c0627b-b97e-4403-99a7-3fa1d8c350b9/MARIGAON.jpg)
-
মৰিগাঁও জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ ৮১ জন লাট মণ্ডল আৰু কাননগোৰ বদলিৰ নিৰ্দেশ
-
জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত কৰা হৈছে এই বদলি
-
তিনি বছৰতকৈ অধিক কাল একেটা ৰাজহ চক্ৰত থকা সকলো মণ্ডল-কাননগোক বদলি কৰা হৈছে
-
মায়ং,ভুৰাগাঁও, লাহৰীঘাট, মিকিৰভেটা আৰু মৰিগাঁও সদৰ ৰাজহ চক্ৰত ১০-১২ বছৰ ধৰি কৰ্মত নিয়োজিত হৈ আছিল এইসকল লাট মণ্ডল-কাননগো।
Also Read: আলগাপুৰৰ এ আই ইউ ডি এফ বিধায়ক নিজামুদ্দিন আহমেদক গ্ৰেপ্তাৰ