/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/91481ba5-da7a-4329-837a-56012187a4be/nijamuddin.jpg)
আলগাপুৰৰ বিধায়ক নিজামুদ্দিন আহমেদক গ্ৰেপ্তাৰ
বুধবাৰে পঞ্চগ্ৰাম আৰক্ষীয়ে এ আই ইউ ডি এফৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰে
এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কগৰাকীক
জানিব পৰা মতে প্ৰতিবাদৰ নামত বিজেপি দলৰ কৰ্মী আৰু চালকৰ সৈতে হোৱা মাৰপিটৰ বাবে বিধায়ক আহমেদৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ
এই কথা জনালে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেই।
Also Read: গুৱাহাটীৰ পথত বাস কৰা লোকক উদ্ধাৰৰ বাবে টাস্ক ফ'ৰ্চে চলাব অভিযান