মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...

মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...
মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...
  • মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান।

  • জব্দ কৰা হৈঠে ১৫ খনকৈ ভুৱা ফাৰ্মাচি।

  • অনুজ্ঞাপত্ৰবিহীন ঔষধৰ দোকান ছিল কৰে আৰক্ষীয়ে।

  • দীৰ্ঘদিন ধৰি অবৈধভাবে এই দোকান বোৰ চলাই আছিল।

  • মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এই অভিযান।

  • তেওঁলোকৰ লগত আৰক্ষীৰ এটা বৃহৎ দলে এই অভিযান চলাই বজাৰ খনত।

  • ঔষধ পৰিদৰ্শকে নথি পত্ৰ জব্দ কৰে ঔষধৰ দোকান কেইখনৰ।

মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...
কচুৱা অঞ্চলৰ প্ৰথমজন প্ৰশাসনিক বিষয়া দুলাল দেৱনাথৰ মৃত্যুত শোক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in