মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...

মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...

author-image
Asomiya Pratidin
New Update
মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...

মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত ১৫ খনকৈ ভুৱা ফাৰ্মাচি জব্দ...

  • মায়ঙৰ গাগলমাৰীৰ হছনা বজাৰত মৰিগাঁও আৰক্ষীৰ বৃহৎ অভিযান।

  • জব্দ কৰা হৈঠে ১৫ খনকৈ ভুৱা ফাৰ্মাচি।

  • অনুজ্ঞাপত্ৰবিহীন ঔষধৰ দোকান ছিল কৰে আৰক্ষীয়ে।

  • দীৰ্ঘদিন ধৰি অবৈধভাবে এই দোকান বোৰ চলাই আছিল।

  • মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এই অভিযান।

  • তেওঁলোকৰ লগত আৰক্ষীৰ এটা বৃহৎ দলে এই অভিযান চলাই বজাৰ খনত।

  • ঔষধ পৰিদৰ্শকে নথি পত্ৰ জব্দ কৰে ঔষধৰ দোকান কেইখনৰ।

Advertisment

Also Read: কচুৱা অঞ্চলৰ প্ৰথমজন প্ৰশাসনিক বিষয়া দুলাল দেৱনাথৰ মৃত্যুত শোক...

মায়ং