মৰিয়নিত তালাচীৰ নামত ফ্লাইংস্কাৱাড এচ এচ টিৰ ধন দাবীৰ অভিযোগ

মৰিয়নিত তালাচীৰ নামত ফ্লাইংস্কাৱাড এচ এচ টিৰ ধন দাবীৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
মৰিয়নিত তালাচীৰ নামত ফ্লাইংস্কাৱাড এচ এচ টিৰ ধন দাবীৰ অভিযোগ

ডিজিটেল সংবাদ, মৰিয়নিঃ মৰিয়নিত নিৰ্বাচনৰ বাবে নিয়োজিত SSTৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ।মৰিয়নিৰ নিউ সোনোৱালত তালাচীৰ নামত ( Static Surveillance Team) (SST) ৰ বাহনৰ পৰা ধন সংগ্ৰহ।বৃহস্পতিবাৰে AS03CC3324 নম্বৰৰ গাহৰি কঢ়িয়াই নিয়া চোটা হাতী বাহন খনৰ পৰা SST য়ে ধন সংগ্ৰহৰ অভিযোগ।বাহনখনে মৰিয়নীৰ পৰা নাগালেণ্ডলৈ গাহৰি কঢ়িয়াই নিছিল।

Advertisment

সীমান্তৱৰ্তী নিউ সোনোৱাল খণ্ড বন কাৰ্যালয়ৰ সমীপত SSTৰ দলে বাহন খনৰ চালকৰ পৰা সংগ্ৰহ কৰে ধন।দুদিন পূৰ্বেও মৰিয়নিত ফ্লায়িং স্কোৱাডৰ এটা দলে এখন ট্ৰাক খেদি খেদি ধৰি পাঁচ হাজাৰ টকা সংগ্ৰহৰ গুৰুত্ব অভিযোগ উত্থাপন হৈছে।

Also Read: শৰাইঘাট দলঙৰ পৰা জপিয়াই মৃত্যুক সাৱতিলে যুৱকে

Assam police