New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/db25a8ca-4016-4603-864f-6ae4ce314c86/saraighat.jpg)
saraighat
শৰাইঘাট দলঙৰ পৰা মৰণ জাঁপ এজন যুৱকৰ।
শৰাইঘাট নতুন দলঙৰ পৰা জঁপিয়াই আত্মহত্যা যুৱকজনৰ।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
এতিয়ালোকে জানিব পৰা হোৱা নাই যুৱক জনৰ পৰিচয়।
নদী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱক জনৰ মৃতদেহ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।