নতুন সমষ্টি‌ নামাকৰণত উৎফুল্লিত বিধায়ক পদ্ম হাজৰিকা

নতুন সমষ্টি‌ নামাকৰণত উৎফুল্লিত বিধায়ক পদ্ম হাজৰিকা

author-image
Asomiya Pratidin
New Update
নতুন সমষ্টি‌ নামাকৰণত উৎফুল্লিত বিধায়ক পদ্ম হাজৰিকা

ডিজিটেল সংবাদ,জামুুগুৰিহাট : প্রকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। শুকুৰবাৰে নিৰ্বাচন আয়োগে প্রকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত সলনি হ’ল ১৯টা বিধানসভা সমষ্টিৰ লগতে ১টা লোকসভা সমষ্টিৰ নাম।

Advertisment

সলনি হোৱা ১৯ টা সমষ্টিৰ ভিতৰত চতিয়া সমষ্টিয়ো অন্যতম। চতিয়া সমষ্টিৰ নতুন নাম নদুৱাৰ সমষ্টি নামাকৰণক আদৰণি জনাইছে বিধায়ক পদ্ম হাজৰিকাই। নতুন সমষ্টি‌ নামাকৰণত বিধায়কগৰাকী উৎফুল্লিত।

এই সন্দৰ্ভত বিধায়ক পদ্ম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰোপৰি সমষ্টিবাসীৰ একাংশয়ো নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰে।

Also Read: সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ মাজত সংঘাত

chatia delimetation padma hazarika