চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ সন্ধানহীন যুৱক : আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ পৰিয়ালৰ

চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ সন্ধানহীন যুৱক : আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ পৰিয়ালৰ
  • ডিব্রুগড়ত চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ সন্ধানহীন যুৱক

  • ২২ মাৰ্চত চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈছিল জিন্টু চেতিয়া নামৰ যুৱকজনে

  • ডিমৌৰ উষাপুৰ গাঁৱৰ পৰা ডিব্রুগড়লৈ গৈছিল সাক্ষাৎকাৰ দিবলৈ

  • এটা বিশেষ ষ্টেটাছ দিয়াৰ পিছৰে পৰা বন্ধ যুৱকজনৰ ম’বাইল

  • ‘সকলোকে বহুত মিছ কৰিম’ বুলি উল্লেখ কৰি গৈছে যুৱৱকজনে

  • যুৱকজনে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ।

চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ সন্ধানহীন যুৱক : আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ পৰিয়ালৰ
২০১৪ ৰ পাছত দেশত প্ৰায় দুগুণ হ'ল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in