/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
বোকাখাতত সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ
মালতী ঘাটোৱালৰ মৃতদেহ উদ্ধাৰ লতাবাৰীৰ কৈৱৰ্তগাঁৱত
ডিফলু নদীৰ পানীজুৱঁলীত ওপঙি আছিল মৃতদেহটো
পাতি থোৱা বৰশীত লাগি থকা অৱস্থাত উদ্ধাৰ মালতী ঘাটোৱালৰ মৃতদেহ
স্থানীয় লোকে প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে
১৩ জুলাইত ডিফলু নৈত পৰি সন্ধানহীন হৈছিল মহিলাগৰাকী
Also Read: অশ্বিনৰ স্পীন আক্ৰমণত দিশহাৰা ৱেষ্ট-ইণ্ডিজ : বিশাল ব্যৱধানত জয়ী ভাৰত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us