/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/fecd8d9d-a100-4716-877a-8b98ca708bb1/nirudesh.jpg)
সাবিনুৰ খাতুন
মেঘালয়ৰ শ্বিলঙত সন্ধানহীন অসমৰ কিশোৰী ছাত্ৰী
ছাত্ৰীগৰাকীৰ নাম সাবিনুৰ খাতুন
ছাত্ৰীগৰাকী এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল
খাতুনৰ ঘৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ এলেকাত
জানিব পৰা মতে তেওঁৰ মাতৃ কৰ্মসূত্ৰে শ্বিলঙত থাকে
পৰীক্ষাৰ পাছত তেওঁ মাতৃৰ ওচৰত গৈছিল
ইয়াৰ পাছৰে পৰা হঠাৎ সন্ধানহীন হৈ পৰে ছাত্ৰী সাবিনুৰ খাতুন
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে শ্বিলং আৰক্ষীক অৱগত কৰে।
Also Read: চিকিৎসক ৱালিউল ইছলামসহ বনকৰা মহিলাক গ্ৰেপ্তাৰ, সম্প্ৰতি পলাতক ডাঃ সংগীতা দত্ত...