/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/0fc3958f-ba4f-4e73-92a4-17d24ede8d92/rrr.jpg)
-
জামুগুৰিহাটৰ গেলা হাটিঙা চাহবাগিচাত সংঘটিত চাঞ্চল্যকৰ ঘটনা।
-
বিহপান কৰি মৃত্যু এজন কিশোৰ আৰু এগৰাকী কিশোৰীৰ ৷
-
প্ৰেমজনিত কাৰণতে আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰ ৷
-
কিশোৰজনৰ নাম কিৰন চাওৰা বুলি জানিব পৰা গৈছে।
-
ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ তদন্তত আৰম্ভ কৰিছে ৷
-
আৰক্ষীয়ে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷
-
কি কাৰণে দুয়ো এই ঘটনা সংঘটিত কৰিলে জানিব পৰা হোৱা নাই।