/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
নিবাৰ্চনৰ প্ৰাকমুহূৰ্তত মেৰাপানী সীমান্তত অঘটন।
মেৰাপানী সীমান্তৰ দীঘলপানীত তিনি জাঁইকৈ গুলী ফুটাই নগা দুৰ্বৃত্তৰ সন্ত্ৰাস।
সোমবাৰে সংঘটিত এই ঘটনা।
ৰমেন ৰাভা নামৰ ব্যক্তিজনৰ গোধন গুলীয়াই হত্যা কৰি নগাই কাটি লৈ যোৱাক লৈ উত্তেজনা।
অঞ্চলটোৰ নোমল মোছাহাৰী নামৰ ব্যক্তিজনৰ সন্মুখতে তিনি জাঁইকৈ গুলী ফুটাই অসমীয়ালোকক ভাবুকি নগাৰ।
ঘটনাস্থলীত উপস্থিত বৰ্তমানেও উপস্থিত হোৱা নাই আৰক্ষী তথা সীমান্তত নিয়োজিত চি আৰ পি এফ।
Also Read: সামান্য কথাতে কচুৱাত নৃশংস হত্যাকাণ্ড
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us