চৰাইদেউৰ সোণাৰিত ভয়ংকৰ ঘটনা

author-image
Asomiya Pratidin
New Update
চৰাইদেউৰ সোণাৰিত ভয়ংকৰ ঘটনা

ডিজিটেল ডেস্ক : চৰাইদেউৰ সোণাৰিত হাতীৰ আক্ৰমণত দুজনৰ মৃত্যু। সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিচাৰ ১০ নং লাইনত সংঘটিত হৈছে এই ভয়ঙ্কৰ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল বিকাশ তাঁতী আৰু গোবিন্দ তাঁতী নামৰ দুজনকৈ যুৱকৰ।

Advertisment

খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে ভাঙিলে দুটাকৈ বাসগৃহ। অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে উপদ্ৰৱ।

আৰু পঢ়ক : দিল্লীৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত উন্মোচন হ'ল ডা: হেমন্ত কুমাৰ গোস্বামীৰ কবিতাপুথি

charaideu sonari