/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4ed17bde-7bb9-4a93-9d90-07de552267e2/75.jpg)
নামেৰী ৰাষ্ট্রীয় উদ্যানত সুগৰী পহু মাংসসহ দুজনক আটক
এখন ৰিজ’ৰ্টৰ পৰা উদ্ধাৰ পহু মাংস, দুটাকৈ হৰিণৰ শিং, লাওখোলা
নামেৰী বন্যপ্রাণী ৰেঞ্জে চলোৱা অভিযানত এই সফলতা
হৰিণাৰ মাংসসহ আটক ৰিজ’ৰ্টখনৰ কৰ্মী জয় কুমাৰক
ঘটনা সন্দৰ্ভত ৰাষ্ট্রীয় উদ্যান কৰ্তৃপক্ষৰ তদন্ত অব্যাহত।
Also Read: চিকাগো চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰূপজ্যোতি বৰঠাকুৰৰ ছবি 'সত্য দ্যা ট্ৰুথ