মথুৰাপুৰৰ ভূপেন গগৈ হাতৰ পৰশত প্ৰাণ পাই উঠিছে থলুৱা বাদ্যই...

মথুৰাপুৰৰ ভূপেন গগৈ হাতৰ পৰশত প্ৰাণ পাই উঠিছে থলুৱা বাদ্যই...

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰৰ ভূপেন গগৈ হাতৰ পৰশত প্ৰাণ পাই উঠিছে থলুৱা বাদ্যই...

ডিজিটেল সংবাদ,মথুৰাপুৰঃ অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইদিনমান বাকী৷ এই বিহু সংস্কৃতিৰ লগত সংপৃক্ত হৈ থকা বাদ্য হ'ল গগণা, সুতুলি, টকা, পেঁপা বিভিন্ন বাদ্যযন্ত্ৰ৷

Advertisment

বিহুৰ বতৰত বিক্ৰী কৰি ধন উপাৰ্জনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আশাৰে চৰাইদেউ মথুৰাপুৰ ভূপেন গগৈ নামৰ লোকজনে নিজ হাতে বাদ্যযন্ত্ৰ নিৰ্মাণ কৰি উলিয়াই বাপোতি সাহোন ৰঙালী বিহুৰ বতৰত বিক্ৰীৰ বাবে সাজু হৈছে৷

প্ৰতিভাবান শিল্পী গৰাকীয়ে নিজা ঘৰতে সুন্দৰকৈ ৫০০গগনা, ২০০ বাহৰ টকা, মাটি সুতুলি সাজু কৰি বজাৰত ক্ৰেতাৰ বাবে উলিয়াই দিছে ৷ থলুৱা বাদ্যযন্ত্ৰ ব্যৱসায়ৰ জড়িয়তে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা ভূপেন গগৈক স্থানীয় ৰাইজে উৎসাহ জনাইছে।

Also Read: ই-ৰিক্সা চালকক প্ৰহাৰ কৰা নগাঁৱৰ ট্ৰেফিক আৰক্ষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা...

rongali bihu mathurapur