/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8adba6da-0e8a-4ccd-af48-c2277384502f/mathurapur_09.jpg)
এজাক বৰষুণত বুৰিল মথুৰাপুৰৰ বিস্তৃত এলেকা কৃষিভূমি...
ডিজিটেল সংবাদ মথুৰাপুৰঃ ৰাজ্যত পুনৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে বানপানী। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ বৃহত্তৰ অঞ্চলটো বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি।
মঙ্গলবাৰে নিশা অহা এজাক বৰষুণতে মথুৰাপুৰৰ বৃহত্তৰ অঞ্চল বানক কবলত পৰা পৰিলক্ষিত হৈছে। নিশাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত এফালৰ পৰা বুৰিছে মথুৰাপুৰৰ বাট-পথকে ধৰি বিস্তৃত এলেকাৰ কৃষিভূমি ৷
ইফালে নিশাৰ বৰষুণৰ পাছতে ফেনেফোটোকাৰে বাঢ়ি আহিছে নৈ-উপনৈসমূহ। ফলত বহু কৃষকৰ কঁঠিয়া বান পানীয়ে উটুৱাই নিয়াত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি ৷
Also Read: এফালে গছ পুলি ৰোপণৰ অভিলেষৰ প্ৰস্তুতি আনফালে বন ধ্বংসৰ প্ৰতিযোগিতা...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us