/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c85a3e9a-ace7-40cb-89e2-930b38c5faf5/bolero.jpg)
-
বলেৰ' বাহনত ভয়ংকৰ অগ্নিকাণ্ড
-
চাবুৱাৰ বাইপাচত সংঘটিত হৈছে এই ঘটনা
-
অগ্নিদগ্ধ হোৱা বাহনখনৰ নম্বৰ AR 01 P 6236
-
কথমপি প্ৰাণ ৰক্ষা চালকসহ যাত্ৰীৰ
-
অৱশ্যে এই মূহুৰ্তত অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই
-
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপিত হয় যদিও বাহনখন সম্পূৰ্ণ ৰূপে জুইত জ্বলি যায়।
Also Read: প্ৰয়াত মাতৃৰ কথা সুঁৱৰি আবেগিক মেধাৱী ছাত্ৰী