জন্মদিনৰ দিনাই পথ দুৰ্ঘটনাত প্ৰাণ গ'ল শিশুৰ, আহত মাতৃ...

মৰিয়নীত সংঘটিত হৈছে এক কৰুণ ঘটনা।জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালে তিনিবছৰীয়া কন্যা শিশুৱে।

author-image
Asomiya Pratidin
New Update
জন্মদিনৰ দিনাই পথ দুৰ্ঘটনাত প্ৰাণ গ'ল শিশুৰ, আহত মাতৃ...

ডিজিটেল সংবাদ, মৰিয়নীঃ মৰিয়নীত সংঘটিত হৈছে এক কৰুণ ঘটনা।জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালে তিনিবছৰীয়া কন্যা শিশুৱে।

Advertisment

ই-ৰিক্সা আৰু টা টা ডি আইৰ মাজত মুখা মুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।ই-ৰিক্সা খনত যাত্ৰী ৰূপে যোৱা তিনিবছৰীয়া নিকিতা চাওৰা নামৰ কন্যা শিশুটি থিতাতে নিহত হয় ।

মৰিয়নি নগৰৰ পৰা ডকলঙীয়া অভিমুখে গৈ আছিল ই-ৰিক্সা খন।দুৰ্ঘটনাত শিশুটিৰ মাতৃ আৰু ই-ৰিক্সাখনৰ চালক সহিতে চাৰি গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত।অহত সকলক JMCH লৈ প্ৰেৰণ কৰা হয়।

Also Read: ১০ বছৰ সৰু প্ৰেমিকৰ সৈতে মিলি মহিলাই হত্যা কৰিলে স্বামীসহ ৩ সন্তানক...

road accident